Get Mystery Box with random crypto!

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (মূল) পৰীক্ষাৰ বাবে | JobAssam.in

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (মূল) পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া অহা ১৮ মে’ৰ পৰা আৰম্ভ হ’ব। প্ৰাৰম্ভিক পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীয়ে ১ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/apsc-recruitment/