Get Mystery Box with random crypto!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাই | JobAssam.in

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন অহা ১ মে'ৰ পৰা আৰম্ভ হ'ব। যোগ্য প্ৰাৰ্থীয়ে অহা ৩০ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/dibrugarh-university-b-ed-admission/