Get Mystery Box with random crypto!

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBA ৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয | JobAssam.in

নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBA ৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া অহা ১২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অনলাইন পঞ্জীয়নৰ অন্তিম তাৰিখ ৩০ মে'।

ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

https://jobassam.in/seba-registration/