Get Mystery Box with random crypto!

বিশেষ ঘোষণা: মুকলি কৰা হৈছে SSC ৰ নতুন ৱেবচাইট। সকলো প্ৰাৰ্থীক | JobAssam.in

বিশেষ ঘোষণা: মুকলি কৰা হৈছে SSC ৰ নতুন ৱেবচাইট। সকলো প্ৰাৰ্থীক নতুন ৱেবচাইটত OTR পঞ্জীকৰণ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। পৰৱৰ্তী নিযুক্তি সমূহৰ আৱেদন প্ৰক্ৰিয়া নতুন ৱেবচাইটৰ জৰিয়তে সম্পূৰ্ণ কৰা হব।

OTR পঞ্জীকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ ভিদেও অহা কালি আমাৰ YouTube চেনেলত উপলব্ধ কৰোৱা হব। ভিদেওৰ আপডেট পাবৰ বাবে আমাৰ চেনেল Subscribe কৰি ৰাখক।

https://www.youtube.com/c/JobAssamOfficial